আজিৰ ৰাশিফল : বুধবাৰ, ২৮ ছেপ্টেম্বৰ, ২০১৬

বুধবাৰ, ২৮ ছেপ্টেম্বৰ, ১১ (দৃক ১২) আহিন, (ৰাষ্ট্ৰীয় ৬) ২৫ জেলহজজ। গুৱাহাটীত ঃ সৃউঘ্য ৫/১৮, সূত্মঘ ৫/১০। চন্দ্ৰোদয় ৰা। ৩/৩৫ মিনিটত। সিংহ ৰাশি। কৃষ্ণ ত্ৰয়োদশী ৰা, ২/৩২ লৈ। মঘা সঘ ৫/২৫ লৈ। সাধ্য যোগ। অভক্ষ ৪ বেঙেনা, ৰা ২/৩২ৰ পৰা মাটি মাহ। (বিশুদ্ধ সিদ্ধান্ত পঞ্জিকামতে)। (ব্যৱহাৰ্য উত্তম কাল ঃ দি ৯/৪৫ৰ পৰা দি ১১/১৪ লৈ।)



মেষ : শৰীৰ সুস্থ নাথাকিব পাৰে। খৰ-খজুৱতি সংক্রমণ যাতে নহয়, সাৱধানতা অৱলম্বন কৰক। খেতি-বাতিত লোকচান। মানসিক চাপ। কিবা কাৰণত দুশ্চিন্তা। তথাপি হাততে পোৱা কামত অগ্রগতি। পঢ়াত শুভ।

বৃষ : সন্তানৰ ভালেই দেখা যায়। নিজৰাে আয়ুস্থানত কিবা উপায় ওলাব পাৰে। মাতৃৰ দেহ বৰ ভালেৰে যোৱা টান। সংগীৰ কাৰণে ব্যয় বৃদ্ধি। উদ্বেগজনক। প্রচেষ্টাত আশাপ্রদ অগ্রগতি।

মিথুন : কিবা নিৰাশাজনক সংযোগ। চােৰ, প্ৰৱঞ্চক, পূৰ্বৰ উন্নত যোগাযোগত বিঘিনি আদিৰ কাৰক। অৱশ্যে নিজৰ চেষ্টাৰ গুণত আর্থিক উন্নতিৰ সম্ভাৱনা। বিদ্যাত বাধা কম। কর্মস্থানত মোটামুটি অনুকূল। গুণীয়ে পিচে সহায় পাব।

কর্কট : নিজৰ ওপৰত আস্থা স্থাপন। দৰকাৰ হ’লে ক্ষমতাৰ দ্বাৰা নিজ কর্মত অগ্রগতি। বিভিন্ন বাদ-বিসম্বাদৰ মাজেৰে দৃঢ়তা ৰাখিব। বহুতক উন্নত পথৰ সন্ধান দিয়াৰ চেষ্টা। ৰোজগাৰ মধ্যম। বিদ্যাত শুভ।

সিংহ :  শৰীৰ বৰ উন্নত নহ’লেও পূৰ্বৰ তুলনাত উন্নত দেখা যায়। দায়িত্ব গধুৰ। বিশেষকৈ চৰকাৰী বিভাগত থকাসকলৰ বেছি। কিন্তু মুল্লেীয় ভাষার প্রয়ােগ কৰি অপ্রিয় যাতে নহয় সতর্ক হওক৷


কন্যা : চকুৰ আমনি। সৰল জীৱন যাপন। আশাবাদী মন। অৱশ্যে শৰীৰ সম্পর্কে অৱজ্ঞা নকৰাই ভাল। সম্ভৱস্থলত উধ্বতন বিষয়া আদিৰ সৈতে সুসম্পর্ক ও বৃদ্ধি পাব। নতুন প্রস্তুতি। শিল্পীসুলভতা। অধ্যয়নস্পাহা। মাতৃৰ মধ্যম।

তুলা : দেহৰ যত্ন ৰাখক। মূত্ৰবিকাৰ যাৰ আছে বিশেষকৈ সাৱধানে থকাই ভাল। উদ্বেগ, অনাৱশ্যক দুৰ্ভাৱনা। অর্থহানি হ’লেও তাৰ পৰিপূৰকো পাব পাৰে। অংগাদিৰ বিজুতি সম্ভৱ। খৰচ বৃদ্ধি।

বৃশ্চিক : শৰীৰ মধ্যম। বিশ্বাসযোগ্য বন্ধু সীমিত হ’লেও বহু সমস্যা নিজে চম্ভালিবলৈ বাধ্য হ’ব। প্রেম-প্রীতিত বেয়া নহয়। ৰাজনীতিত মোটামুটি শুভ যদিও বিভিন্ন ভাবুকিয়েও বিস্তাৰ পেলাব পাৰে। আর্থিকত মধ্যম। পঢ়াত সমস্যা।

ধনু : আশা পূৰণৰ কিবা সংযোগ। প্রাপ্য ধন লাভ বা লাভজনক কর্মত নিয়োজিত। ব্যৱসায় যাৰ আছে নিষ্ঠাৰে মন দিয়ক। ৰাজনীতিত লাগি থকাসকলৰ ভালেই দেখা যায়। সংগীত, শিল্পকর্ম আদিৰ যাৰ চৰ্চা-অনুকূলতা বৃদ্ধি।

মকৰ : নিষ্ঠামূলক কর্ম চেষ্টা। ধর্ম-কৰ্মৰ প্ৰতি অনুৰাগ। নিজে যদি দীর্ঘদিন ধৰি কিবা চেষ্টা কৰি আছিল, সফলতাৰ যোগ। মাতৃৰ বেয়া নহয়, কিন্তু স্পষ্টভাৱে একো অনুমান কৰিব পৰা টান। শৰীৰ মধ্যম। জঞ্জাল।
কুম্ভ : দাম্পত্যত চিন্তা। জীৱনী শক্তিৰ লগতে কর্মশক্তিও বৃদ্ধি পাব। লগতে ব্যস্ততা আৰু নিঃসংগতায়ো প্ৰভাৱ পেলাব। নতুন দায়িত্বৰ প্রতি আশাবাদী। বিদ্যাত শুভ। মাতৃৰ মন গধুৰ। সন্তানৰ শুভ। স্থান পৰিবর্তন। 

মীন : শৰীৰ দুৰ্বল হ’লেও সাহসিকতাৰ অভাৱ। দাম্পত্যত সাধাৰণ খেলিমেলি হ’বও পাৰে যদিও সাময়িক বুলি ধৰক। ঈন্সিত কর্মত মন দিলে লাভৱান হােৱাৰ যোগ। পঢ়াত ভালেই৷


Share on Google Plus

About Axomiya Rashifal

Published on daily, Weekly, monthly and yearly Horoscope only on Assamese Language.

0 comments:

Post a Comment