আজিৰ ৰাশিফল : শুকুৰবাৰ, ৩০ ছেপ্টেম্বৰ, ২০১৬

শুকুৰবাৰ৷৷ ৩০ ছেপ্টেম্বৰ৷৷ ১৩ (দৃক ১৪) আহিন ৷৷ (ৰাষ্ট্ৰীয় ৮ আঃ) ২৭ জেলহজজ। গুৱাহাটীত ঃ সৃউঘ ৫/২০, সূআঘ ৫/৭। (চন্দ্ৰোদয় নাই বা সূর্যোদয়ৰ সৈতে)। কন্যা ৰাশি। অমাৱস্যা (অহােৰাত্র)। উত্তৰ ফলুনী ৰা। ৯/২৭ লৈ। শুক্ৰ যোগ। অভক্ষ ৪ অমাৱস্যাৰ উপবাস নিশি পালন। মহালয়াৰ শ্ৰাদ্ধ-পার্বণ। (বিশুদ্ধ সিদ্ধান্ত পঞ্জীকামতে। (ব্যৱহাৰ্য উত্তম কাল ঃ পুঘ ৬/৪৯ৰ পৰা দি ৮/১৮ লৈ।) 


মেষ : ফলাফলৰ নিশ্চয়তা ধৰাটাে টান। গতিকে সাৱধানে চলাই ভাল। তাৰ মাজেদিও সৎকর্ম বা পৰোপকাৰৰ কথা পাহৰি নাযায়। কিন্তু এই গুণৰ স্বীকৃতি পোৱাতহে আহুকাল দেখা যায়। ভাল সংগঠনৰ মুখ্য হােতা হ’লে প্রগতি। বিদ্যাত শুভ।

বৃষ : ব্যক্তিত্বপূর্ণ দিন। আত্মসচেতনতা। যিকোনো জটিল কাম সম্পাদনত লেহেম হ’লে তৎক্ষণাৎ অপাৰগতা স্বীকাৰ নকৰিব। সুসংযোগ। দাম্পত্যত কিছু পৰিবর্তন আশা কৰা যায়। সন্তানৰ শুভ। পত্নীৰ উদ্বেগ।

মিথুন : নতুন সম্ভাৱনাই উৎসাহিত কৰিব। আনহাতে তাতো শান্তিৰে থকাটাে হয়তো টান হ’ব। হঠাৎ কিবা বিপদৰ মুখামুখি হােৱাৰ সম্ভাৱনা যদিও তাক বুদ্ধিৰে চম্ভালিব। মাতৃৰ মধ্যম। গঠনমূলক কাম।। পঢ়াত অগ্রগতি।

কৰ্কট : জনপ্রিয়তা বৃদ্ধি। তাৰ বিপৰীতে এচামৰ সৰৱ আলোচনাৰাে মুখামুখি হােৱাৰ সম্ভাৱনা। গতিকে স্বভাৱ-চিন্তাক বেছি প্রাধান্য দান। ভাব বিনিময় আদিত ক্ষিপ্রতা বৃদ্ধি। আশাবাদী কিছু লোকৰ সৈতে অনুকূল সংযোগ সম্ভৱ। ৰােজগাৰ গতানুগতিক।




সিংহ : শৰীৰ বেয়া নহয়। যোগাযোগতো অগ্রগতি। দুই-একৰ পৰা প্রশংসা লাভ। ঘৰুৱাত সৰু-সুৰা সমস্যা এৰাব পৰা টান। আর্থিক ক্ষেত্ৰত অনুকূল৷ ভাই-ভনীৰ সহানুভূতি। বিদ্যাত বেয়া নহ’ব।

কন্যা : খৰচ বৃদ্ধি। কিছুমান প্রত্যক্ষ নহ’লেও অপ্রত্যক্ষ ৰিপুৰ কাৰণে অসুবিধাত পৰিলেও আপোনাৰ মনোেবল হ্রাস নহয়। গভীৰ অনুশীলন বা কিবা সমস্যা সমাধানত সুবিবেচনা থাকিব আৰু আনৰ প্ৰশংসাৰ যোগ্য হ’বও পাৰে। পঢ়াত মধ্যম।

তুলা : শৰীৰ মধ্যম। বিভিন্ন সমস্যাৰ মাজেৰে আজিও আগবাঢ়িব পাৰে। প্রাপ্য ধন পোৱাটোতো বিলম্বতাই দেখা দিব। সহায়-সহযোগিতা তথাপি থাকিব। বুদ্ধিজীৱীৰ অনুকূল। পঢ়া-শুনাত বাধা কম।

বৃশ্চিক : পাণ্ডিত্য, ধর্মচৰ্চা, সৎ কর্ম, সুবিবেচনাৰ গৰাকী হিচাপে প্রতিষ্ঠিত হ’বও পাৰে। আনহাতে তৰিৎ কর্মত বিলম্বতা যাতে নহয় তাৰ চেষ্টাও থাকিব। দায়িত্ব বৃদ্ধি। মান-সন্মানাে তাৰ লগত জড়িত থাকিব। প্রতিশ্রুতি ৰক্ষাৰ চেষ্টা।

ধনু : ব্যৱহার্যকর্মত গতানুগতিকতা। পিচে সামাজিক, বৈষয়িক আদি কর্মত বিচিত্র অভিজ্ঞতা সঞ্চয়ৰ যোগ। আনহাতে পৰীশ্ৰীকান্তৰৰ সমালোচনাৰাে মুখামুখী হােৱাৰ সম্ভাৱনা। দাম্পত্যত মধ্যম। পঢ়াশুনাত কষ্ট কৰিলে সুফল।

মকৰ : কার্যকৰী কর্মত অগ্রগতি। যাৰ এই লগ্ন তেওঁৰ মনোবল, কর্মবল, নিষ্ঠা বৃদ্ধি পাব। লোৱা দায়িত্ব যথাসাধ্যে পালন কৰিব। নতুন কর্ম সংযোগ-যোগাযোগত খুব বেয়া দেখা নাযায়। ধর্মীয় সংযোগ। উচ্চ মানসিকতা। শৰীৰ দুর্বল।

কুম্ভ : শৰীৰ মধ্যম। মাতৃৰাে মন উন্নত নাথাকিব পাৰে। স্বকৰ্মত নিষ্ঠাৰ অভাৱ নহয়। স্থায়ী সীমিত বন্ধুৰ সহযোগত উপকৃত। কিন্তু স্বাধীন হ’লেও কোনোকাৰণে উদ্বেগৰ কাৰক। সন্তানৰ শুভ। নতুন পদপ্রাপ্তিৰ মৃদু যোগ।

মীন : দাম্পত্যত ভালেই দেখা যায়। কর্মক্ষেত্ৰতো নতুন প্রস্তুতি আৰু ব্যস্ততা বৃদ্ধি। উদ্যোগপতিৰ সাধাৰণ দুৰ্ভাৱনা। বিয়া পাতিব খোজাৰ সেউজ সংকেত। ব্যৱসায়ত মন দিলে লাভৱান। মাতৃৰ মধ্যম। পঢ়াত শুভ।


Share on Google Plus

About Axomiya Rashifal

Published on daily, Weekly, monthly and yearly Horoscope only on Assamese Language.

0 comments:

Post a Comment