আজিৰ ৰশিফল :: মঙ্গলবাৰ ৷৷ ২০ ছেপ্টেম্বৰ, ২০১৬

মঙ্গলবাৰ ৷৷ ২০ ছেপ্টেম্বৰ ৷৷ ৩ (দৃক ৪) আহিন ৷৷ ৰাষ্ট্ৰীয় ২৯ ভাদ্র। ১৮ জেলহজজ। গুৱাহাটীত ঃ সৃউঘ্য ৫/১৫, সূঅঘ ৫/১৮। চন্দ্ৰোদয় ৰা। ৮/১০ মিনিটত। মেষ ৰাশি। ৰা ১/৩৬ মিনিটত বৃষ ৰাশি। কৃষ্ণ চতুর্থী দি ১১/৫৮ লৈ। ভৰণী ৰা। ৮/১১ লৈ। ব্যাঘাত যোগ। অভক্ষ ৪ মূলা, দি ১১/৫৮ৰ পৰা বেল। (বিশুদ্ধ সিদ্ধান্ত পঞ্জিকামতে)। (ব্যৱহাৰ্য উত্তম কাল ঃ দি ১১/১৬ৰ পৰা দি ১২/৪৬ লৈ।) 


মেষ : কৃষিত লোকচান। পিতৃৰ বিৰাগতা। অসুস্থতা। আন্তর্জাতিক বাণিজ্যত যদি মনােনিবেশ কৰে লাভ তথা সন্মানো বৃদ্ধি পাব। ব্যৱহাৰ উন্নত। সহজভাৱে চলিবলৈ মন। বেছিদূৰদূৰণি ভ্ৰমণলৈ গ’লে সতর্ক থকাটো উচিত। ঘৰুৱাত মধ্যম। 

বৃষ : কোনাে কাৰণত নভবা-নিচিন্তাকৈ বা হুৰমূৰীয়া কামত হাত নিদিব। পিতৃৰ দেহ বৰ উন্নত নাযাব পাৰে। সন্তানৰ মধ্যম। পত্নীৰ অসুখ। কাণৰ বিষ বেদনা বা চকুৰ আমনি। সন্তানৰ শুভ। বিদ্যাত বেয়া নহয়। 

মিথুন : অনুভূতিপ্রৱণ। একেদৰে সন্তানৰ কাৰণেও সুখী, বিশেষকৈ কন্যা সন্তানৰ পৰা। বিদ্যাত ভালেই। সন্মুখত কিছুমান জটিল ভাবুকি দেখি তাক নিজৰ সৰ্বক্ষমতাৰে প্রতিসম কৰাৰ কথা নভবাই ভাল। বেংক আদিৰ কৰ্মচাৰীৰ অনুকূল। শিক্ষকৰ শুভ।

কৰ্কট : ৰাজনৈতিক দিশত বলিষ্ঠতা। শত্রু জয়। আর্থিকত স্বচ্চলতা আদিৰ সুযোগ। অথবা আয় বৃদ্ধিৰ কাৰক। কর্মক্ষমতা, কিন্তু মাজে মাজে অন্যমনস্কতা। ভাই-ভনীৰ শুভ। পঢ়াত মধ্যম। অগ্নিৰ পৰা আতৰি থাকক।

সিংহ : ডাক্তৰৰ পৰামর্শ ল’বলগীয়া হ’ব পাৰে। খেলা-ধূলাত পাৰ্গত। দাম্পত্যত নতুন আশা যদিও সাৱধানে থকাটাে উচিত। চৰকাৰী কামত অসন্তুষ্টি। মঙল দুর্বল হ’লে অপৰাধী সজাব পাৰে কোনোৱে।। পঢ়াত অগ্রগতি।

কন্যা : সা-সম্পত্তিৰ ক্ষেত্ৰত তীক্ষ নজৰ ৰাখক। মাতৃৰ দেহ পিচে বৰ ভাল দেখা নাযায়। বুকু-পিঠিৰ বিষ-বেদনা অনুভৱ হ’ব পাৰে। বিদ্যাত অগ্ৰগতিৰ যোগ। অনিসন্ধিৎসা |

তুলা : দৃঢ়তা। আর্থিক ব্যয় বৃদ্ধি হ’লেও আয়ৰ দিশো মুক্ত। কোনো ভ্রাতান্দিৰ শাৰীৰিকত উদ্বেগ। প্রীতিমূলক ব্যৱহাৰ। আত্মবিশ্বাস। ভ্ৰমণাদিত অথন্তৰ সম্ভৱ। শিল্পকলাত আগ্রহী।

বৃশ্চিক : বিমৰ্ষতা। অত্যন্ত খৰচ। অৱশ্যে পৰিপূৰকো লাভ কৰিব। বিদ্যাত কিবা আহুকাল। অসৎ লোকে প্ৰতাৰণা কৰিব পাৰে বাবে সতর্ক হওক। ধর্মীয় নিষ্ঠা। নতুন সমস্যাৰ মুখামুখি।

ধনু : আশাবাদিতা। দৃঢ়তা। যিকোনাে বক্তব্য বা প্রয়োগত স্বকীয় দৃষ্টিভংগী। মূৰত দুখ পাবও পাৰে। পৰিবেশ বা কর্মস্থানৰ কিবা সলনিৰ সংকেত। মাতৃৰ বেয়া নহয়। সন্তান লাভৰ যোগ। কোনোৱে বদনাম জাপি দিবও পাৰে। 

মকৰ : মন উন্নত। আনন্দৰ পৰিবেশ। কোনো ভুল ধাৰণাৰ উন্নতি। বিদ্যাত বেয়া নহয়। সাহিত্য-সংস্কৃতিৰ মধ্যম। কিছু আনমনা, পিচে এই দোষ পৰিলে নিয়ন্ত্ৰণ কৰক। ফুৰা-চকাত সতর্ক থকা ভাল। শৰীৰ মধ্যম। 

কুম্ভ : চিকিৎসা বিজ্ঞানত জড়িত থকাৰ অনুকূল। শৰীৰাে বেয়া নহ’ব। মন তথাপি ফৰকাল দেখা নাযায়। এটা বিৰাট প্রশ্নবোধকৰ উত্তৰ বিচাৰিও পোৱা টান হ’ব পাৰে। অৱশ্যে শনি মঙলাৰ সহায়ত পুৰণি কোনাে আশাপূৰণৰ সম্ভাৱনা।

মীন : সম্পূর্ণ নিজৰ নিয়ন্ত্ৰণত ৰাখি চাল-চলন ব্যৱহাৰপাতিত আগবাঢ়িব। চাকৰিত উন্নত আশা। বুদ্ধি বৃত্তিৰাে উন্নতি। প্রায় বিবেচনাসভূত বিচাৰ দেখা যাব। মাতৃৰ মধ্যম। ব্যৱসায়ত মন দিলে আয় বৃদ্ধি। ধর্মীয় কর্মত ভালেই।
Share on Google Plus

About Axomiya Rashifal

Published on daily, Weekly, monthly and yearly Horoscope only on Assamese Language.

2 comments:

  1. Hard Rock Hotel & Casino Tulsa
    Discovering Hard Rock 바카라시스템배팅법 Hotel 해적 룰렛 & Casino Tulsa, Oklahoma, 코인 갤러리 along with more 생활 바카라 than 2600 other casino games, a popular music venue, and endless bet365 실시간 배당 흐름 entertainment

    ReplyDelete
  2. MGM Resorts International announces plans for casino with Caesars
    The MGM Resorts International 서귀포 출장안마 Hotel 파주 출장안마 and Casino on the Vegas 나주 출장샵 Strip has begun accepting guests as part of its commitment 양주 출장마사지 to the 춘천 출장샵 resort.

    ReplyDelete