আজিৰ ৰশিফল :: সোমবাৰ।। ২৬ ছেপ্টেম্বৰ, ২০১৬

সোমবাৰ, ২৬ ছেপ্টেম্বৰ, ৯ (দৃক ১০) আহিন, (ৰাষ্ট্ৰীয় ৪ আঃ) ২৩ জেলহজজ। গুৱাহাটীত ঃ সৃউঘ্য ৫/১৮, সূআঘ ৫/১১। চন্দ্ৰোদয় ৰা ১/৪৭ মিনিটত। কর্কট ৰাশি। কৃষ্ণ একাদশী ৰা ১/৪, পুষ্যা দি ৩/৩ লৈ, শিৱযোগ। অভক্ষ ৫ উৰহী, ৰা ১/৪ ৰ পৰা পূৰৈ। (বিশুদ্ধ সিদ্ধান্ত পঞ্জিকামতে)। (ব্যৱহাৰ্য উত্তম কাল ঃ দি ১২/৪৩ ৰ পৰা দি ২/১২ লৈ।) ‘ইন্দিৰা একাদশীৰ উপবাস’।



মেষ : নিজক বেছি গুৰুত্বপ্রদান। দৃঢ়তা। ঘৰুৱাত বাধা কম। কিন্তু কিবা অশোভনীয় কাৰণৰ মুখামুখি আৰু তাক বাধা দিবলৈ যোৱাৰ চেষ্টা। বিপদসংকুল একো কাম হাতত নল'ব। পিতৃৰ দৈহিক চিন্তা।

বৃষ : সামাজিক কামত জনপ্রিয়তা। শৰীৰ দুৰ্বল। অত্যধিক খৰচ। জুই, চােৰ, ডকাইত আদিৰ পৰা সাৱধানে থাকক। পত্নীৰ দেহ দুর্বল। বিয়াবাৰুত পলম। যৌথ ব্যৱসায়ত লোকচান। বিশেষ কোনো কাৰণত সতর্কতা। পঢ়াত শুভ।

মিথুন : পশু-পক্ষীৰ পাম থকাৰ লাভ। আর্থিকত আন দিশেৰেও সন্তোষজনক স্থিতি। দাম্পত্যত বেয়া নহয়। কিন্তু পঢ়াত বাধা। মাতৃ বা তৎ সম্বন্ধীয়ৰ পৰা উপকৃত। বাহিৰা বুদ্ধি প্ৰখৰ। মিষ্টভাষী, কর্মোিন্নতি।
কর্কট : বিভিন্ন সংযোগ হ'লেও বেছিভাগেই অনুসন্ধানযোগ্য। শৰীৰৰ ইটােসিটাে থাকিব। কার্যৰ কিবা আমনি। ভাই-ভনীযুক্ত। হঠাৎ কিবা কাৰণত দুখিত। ব্যৱসায়ত উন্নতি। বিদ্যাত অগ্রগতি। অস্থিৰতা। 

সিংহ : শৰীৰ মধ্যম। পূৰ্বৰ তুলনাত অনুকূল। শৰীৰৰ প্ৰতি চকু ৰাখক। আচৰিত সংযোগ। নভবা-নিচিন্ত কিছুমানত মন দি নিজেই দুখ পাবও পাৰে। পঢ়াত যত্নৰ দৰকাৰ। চিকিৎসালয় অধিকর্তাৰ লাভ। 

কন্যা : দৃঢ়তা। বিশ্বস্ত বন্ধু লাভ। কোনাে আশা পূৰণৰ ইংগিত। প্রসাৰিত চিন্তাধাৰা। সম্ভৱস্থলত খেতি-বাতিত নতুন উৎসাহী। সন্তানৰ ভালেই। শত্ৰু কমিব। কর্মত বেয়া নহ’লেও খৰচৰ পথ মুক্ত। পঢ়াত শুভ। 

তুলা : এফালে দৃঢ় মন, আনদিশে পৰিশ্রম বৃদ্ধি। আয় কম। ভ্ৰমণ কালত পিচে পৰাপক্ষত অকলে ভ্ৰমণৰ পৰা বিৰত থাকক। বিদ্যাত ভালেই। শিল্পী মন। লেখক-আলোচকৰ মধ্যম। দেহৰ অথন্তৰত শনিৰাে ভূমিকা থাকিব পাৰে।

বৃশ্চিক : শৰীৰ মধ্যম। নতুন কর্ম তথা চিন্তাৰ সাৰ্থকতা। সম্ভৱস্থলত উন্নতমানৰ চুক্তিও সম্পাদিত। সম্ভৱস্থলত মঠ-মন্দিৰৰ পুনৰ সজা বা নির্মাণ আদিত সঁহাৰি জনাব। কল্পনাপ্রসূত মন। দুষ্টৰ বাধা। 

ধনু : মাতৃৰ দেহ ঠিক নহয়। আনহাতে মাতুল বংশৰ সৈতেও কোনোৰ সুসম্বন্ধ নাথাকিব। অশান্ত মন। কোনো মহিলাৰ সৈতে যৌথ ব্যৱসায়াদি কৰােতাৰ লোকচান। স্ত্রী বিশেষজ্ঞ ডাক্তৰৰ অনুকূল। চকুৰ আমনি। পঢ়াত শুভ। 

মকৰ : চুটি ভ্রমণ। বিবাহ সংগীৰ ভ্ৰমণ বা দূৰত্ব বৃদ্ধি। কিছু অস্থায়ী অস্থায়ী ভাব। সামাজিক কামত ভালেই। বিবাহৰ যোগ। মহিলাৰ ভিতৰুৱা অসুখ হ’লে অৱজ্ঞা নকৰিব। লেনদেনীয় ব্যৱসায়ত লাভ। সুনাম।

কুম্ভ : আনৰ গাৰ ৰােগ সংক্রমণ হ’বও পাৰে। পেটৰ পীড়া হ’লে সতর্ক হওক। কর্ম পৰিবৰ্তনৰ চিন্তা। পোহনীয়া জীৱ-জন্তুৰ পৰা ক্ষতিৰ যোগ। দাম্পত্যত মধ্যম। চিন্তা। সন্তানৰ ভালেই। বিদ্যাত যত্ন ৰাখক। 

মীন : পঢ়া-শুনাত ক্ষতি নহ’বলৈ পঢুৱৈ সষ্টম হওক। আনন্দানুষ্ঠানত যোগদান কৰি কোনোৱে সুখী হ’ব। সংগীত-নাটকত ভালেই দেশা যায়। সাঁতোৰবিদ বা এইধৰণৰ চৰ্চা কৰােতাৰ কৃতকার্যতা।


Share on Google Plus

About Axomiya Rashifal

Published on daily, Weekly, monthly and yearly Horoscope only on Assamese Language.

0 comments:

Post a Comment