আজিৰ ৰশিফল :: দেওবাৰ।। ২৫ ছেপ্টেম্বৰ, ২০১৬

দেওবাৰ।। ২৫ ছেপ্টেম্বৰ।। ৮ (দৃক ৯) আহিন (ৰাষ্ট্ৰীয় ৩ আশ্বিন) ২২ জেলহজ। গুৱাহাটীত ঃ সৃউঘ্য ৫/১২, সূঅঘ্য ৫/১২। চন্দ্ৰোদয় ৰা। ১২/৫০ মিনিটত। মিথুন ৰাশি, দি ৮/৩৬ পৰা কৰ্কট। (ভুলকৈ কালি কর্কটলৈ বুলি প্রকাশিত বাবে দুঃখিত)। কৃষ্ণ নৱমী ৰা ১/৩ লৈ। পুনর্বসু দি ২/৩৭ লৈ। পৰিঘ যোগ। অভক্ষ ৪ কলমীে, ৰা ১/৩৬ পৰা উৰহি। (বিশুদ্ধ সিদ্ধান্ত পঞ্জিকামতে)। (ব্যৱহাৰ্য উত্তম কাল ঃ দি ২/১৭ ৰ পৰা দি ৩/৪৬ লৈ।)


মেষ : হাতত লোৱা দায়িত্ব যথাসাধ্যে সম্পাদনৰ ওপৰত গুৰুত্ব প্রদান। আনহাতে সাহসেৰে প্ৰায় প্রতিকূল পৰিবেশৰ মুখামুখিও হ’ব। ব্যৱসায়ত বেয়া নহয়। কোনোৱে আছুতীয়া কিবা জঞ্জালত পৰিব পাৰে। বিদ্যাত অনুকূল।

বৃষ : শৰীৰৰ প্ৰতি যত্ন ৰাখক। দাম্পত্যত অৱশ্যে পূৰ্বৰ পৰিবেশৰ কিছু পৰিবর্তন হ’লেও পত্নী বা পতিৰ শাৰীৰিক অথন্তৰ থাকিব। কাণৰ বিষাদিৰ দৰে অসুখ সম্ভৱ। শত্রু জয়। বিদ্যাত অগ্রগতি। জেদ ভাব ।

মিথুন : কিছুমান বিপদৰ কথা জানি-শুনিও তাৰ সমীপৱতী হােৱাৰ সম্ভাৱনা | গতিকে সাৱধানে প্রতিদিশ লক্ষ্য কৰি স্বকৰ্মত ব্ৰতী হওক। সন্তানৰ বেয়া নহয়। পঢ়া-শুনাতো মজলীয়া প্ৰভাৱ। বিপৰীত লিংগৰ সৈতে বন্ধুত্ব কৰি ভাল পাব।

কৰ্কট : শৰীৰ মধ্যম। ঘটনাক্ৰমত সকলো ধৰণৰ কৌশল প্রয়োগ কৰা কৌশল আয়ত্তাধীন। স্বৰােজগাৰী কামত ব্যস্ততা। ঘৰুৱাত দুইএটা আসোৱাহ আহিলেও সামগ্রিক দৃষ্টিত পূৰ্বৰ তুলনাত উন্নত।

সিংহ : ভাই-ভনীৰ সংগত সুখী। নিজৰ কল্পিত কর্মত কোনোৰ সহানুভূতি। চুবুৰীয়াৰ পৰাও সঁহাৰি পোৱাৰ কাৰক। শৰীৰ মধ্যম। পুৰণা ৰােগীয়ে পিচে ৰােগক অৱজ্ঞা নকৰিব। বিদ্যাত বেয়া নহয়। কর্মস্থানৰ স্থিতি উন্নত।

কন্যা : অর্থ উপাৰ্জনৰ কাৰণে যদি কিবা প্রস্তুতি কৰিছে লাভৱান হ’ব। কিন্তু কিবা ভাবুকিয়ে যেন আপোনাক চিন্তিত কৰিব। কৰিলেও সি সময়ত নিম্প্রভ হৈ পৰিব। দাম্পত্যত বেয়া নহ’ব।

তুলা : পৰিশ্রম বৃদ্ধি। কিছুমান অনাকাংক্ষিত সংযোগ। প্রিয় লোকেও আন্তৰিকতাৰে নল’ব পাৰে যদিও আপোনাৰ দৃঢ়তাৰ অভাৱ নহ’ব। স্বাৱলম্বী মন। একাধিক সমস্যাৰ মাজতো সৃজনী প্রতিভা অক্ষত থাকিব। মাতৃৰ মধ্যম।

বৃশ্চিক : গোপনীয় অনুন্ধান কার্যত যদি ব্ৰতী, সফল হ’ব। সুবন্ধও লগ পাব। প্রেম-প্রীতিমূলক ব্যৱহাৰ। অথচ সদায় নিজক লৈ সচেতন থাকিব। বিদ্যাত বেয়া নহয়। খৰচ বৃদ্ধি হ’লেও প্রাপ্তিও থাকিব।

ধনু : আশাবাদী। জেদ ভাব। দৃঢ়তা। প্রাপ্যাদি আদায়ত কঠোৰ হ'বও পাৰে। নিজৰ কৰ্মস্থানৰ ধৰণ কিছু সলনিৰ সংকেত। সাৱধানে চলা-ফুৰা নকৰিলে। কৰঙনত আঘাত পাব পাৰে।

মকৰ : সংগীত আদিত যাৰ চৰ্চা আছে ব্যস্ততা বৃদ্ধি। ব্যৱহাৰ-পাতিও মনোগ্রাহী হ’ব। কিন্তু হঠাৎ খং ভাবৰ উদয়ৰ লগতে নিঃসংগতায়ো কোনোক চিন্তিত কৰিব পাৰে সাময়িকভাৱে। কিছু পৰিবর্তনশীলতা। যশ থাকিব।

কুম্ভ : আত্মবিশ্বাস বৃদ্ধি। দলপতি বা নেতা নেতা ভাবে কোনােক উৎসাহিত কৰিব। অৱশ্যে আপোনাৰ বিনম্রতাই বহুতক আকর্ষণো কৰিব। সুনাম। ভাগ্যোন্নতিৰ সুযোগো দেখা যায়। বিদ্যাত শুভ। ভ্ৰমণ।

মীন : স্থাৱৰ সা-সম্পত্তিৰ পৰা উপকৃত। অংশীদাৰৰ সহযোগত আয় বৃদ্ধি। দাম্পত্যতো খুব বেয়া নহ’ব। তথাপি মানসিক ‘টেনচন’ এৰাব পৰা টান। কিবা এটা সমাধান হ’লেও আন এটাৰ নতুন দিশ উদ্ভাৱন সম্ভৱ। সন্তানৰ বেয়া নহয়।

Share on Google Plus

About Axomiya Rashifal

Published on daily, Weekly, monthly and yearly Horoscope only on Assamese Language.

0 comments:

Post a Comment