আজিৰ ৰশিফল :: মঙ্গলবাৰ, ৬ ছেপ্টেম্বৰ, ২০১৬

মঙ্গলবাৰ, ৬ ছেপ্টেম্বৰ, ২০ (দৃক ২১) ভাদ, (ৰাষ্ট্ৰীয় ১৫ ভাদ্র)। ৪ জেলহজজ। গুৱাহাটীত ঃ সৃউঘ ৫/৯, সূআঘ ৫/৩৫। চন্দ্রাস্ত ৰা। ৮/৫৪ মিনিটত। তুলা ৰাশি। শুক্ল পঞ্চমী ৰা ১১/৩৬ লৈ। স্বাতী ৰা ১০/৩৮ লৈ। ব্ৰহ্ম যোগ। অভক্ষ ৪ বেল, ৰা। ১১/৩৬ৰ পৰা নিম। (বিশুদ্ধ সিদ্ধান্ত পঞ্জিকামতে) (ব্যৱহাৰ্য উত্তম কাল ঃ দি ১১/২১ৰ পৰা দি ১২/৫৪ লৈ)।


মেষ : শত্রু জয়ৰ প্ৰসংগ থাকিলেও উগ্রতা বা কঠোৰ ব্যৱহাৰো থাকিব। শৰীৰ সবল নহ’ব। বনুৱা সমস্যা। অর্থ ক্ষতি। কিবা বিবাদ। বাধা অতিক্রম কৰিবলৈ কষ্টৰ দৰকাৰ। মাতৃৰ মধ্যম। পঢ়াতো ভালেই, সমালোচিত। 

বৃষ : মাতৃৰ দেহ লক্ষণীয়। অৱশ্যে আন্তৰিকতাৰে কৰা আলাপআলোচনাৰ পৰা কিছু লাভৱান। বিদ্যাত খুব বেয়া দেখা নাযায়। কিন্তু মোকৰ্দমাত ক্ষতি। পত্নীৰ শৰীৰ দুৰ্বল হ’লেও মানসিক সমর্থন। অধৈর্য হৈ একো কামত হাত নিদিব। 

মিথুন : ঘৰুৱাত মোটামুটি অনুকূল। কিছুমানত বাধ্য হৈ কঠোৰ হ’বলগীয়াতো পৰিব পাৰে। সেই হিচাপে জয় যাত্রা অব্যাহত। কিন্তু মানসিক পাৰিশ্ৰমিক বৃদ্ধিৰ বাবে ক্লান্তি ভাব। অহমিকা। 

কর্কট : দুই-একে আপোনাৰ গাত দোষ জাপি দিয়াৰ চেষ্টা। অৱশ্যে দৃঢ়তা শীৰ্ষত থকাত ক্ষতিকৰ নহয়। বিদ্যাত যত্ন ৰাখক। ব্যস্ততা হ’লেও কোনোৰ ঘৰুৱা পৰিবেশ ৰােজগাৰত অসুবিধা থাকিব। নিশ্চিত ধাৰণা। 

সিংহ : কর্মস্থান উন্নত যদিও শৰীৰ সুস্থ বুলিব নােৱাৰি। মাতৃৰ দেহৰ প্রতি বেছি ভয় নাই। নিজে কিবা গুৰুদায়িত্বৰ পিনে অগ্রগতি কৰাৰ ভাবনা থাকিব। ৰাজনৈতিক সতীৰ্থৰ সৈতে অমিলতা। বিদ্যাত মধ্যম। 

কন্যা : বিভিন্ন ভাব, সংযোগ পালেও আপোনাৰ খৰচ নকমিব। আৰু ইয়াৰ কাৰণে সঠিক সন্ধান উলিওৱা টান হ’ব। অৱশ্যে মনোেবল, কর্মবল হ্রাস নহয়। কিন্তু আনৰ ওপৰত বেছি বিশ্বাস স্থাপন নকৰিব। মাতৃৰ মধ্যম। দেহ দুর্বল। 

তুলা : কষ্ট থাকিব। একেদৰে উৎকণ্ঠাও। অথচ এই ভাবালেশ আনে গমেই নাপাব। নিজক প্রতিষ্ঠা কৰাৰ কৌশল আয়ত্ত কৰিব। খৰচ বা সৰু-সুৰা জঞ্জাল এৰাব নোৱাৰিব। প্ৰতিটাে শুভ ক্ষণতে প্রথমে বাধা পাব পাৰে। 

বৃশ্চিক : নিয়মানুৱৰ্তিতাৰে চলাৰ চেষ্টা। দুই-এটা দৰকাৰী কামো পিচলৈ ঠেলি থ’ব পাৰে। হাড় বা দাঁত আদিৰ অসুখ সম্ভৱ। অৱশ্যে সু, সুগন্ধ বা সহায়কাৰীৰ পৰা উপকৃত হব। জনপ্রিয়তা পাব। 

ধনু : নিজক লৈ কিবা নতুন কামত আগবঢ়াৰ চেষ্টা। খেলা-ধূলাত থকাৰ সুযোগ। কর্মস্থানত নিজৰাে যোগাত্মক বল থাকিলে লাভৱান হ’ব। মাতৃৰ মধ্যম। সন্তানৰ ভালেই। উচ্চ মান। সংগীত আদিত সুনাম। উৎকণ্ঠা। 

মকৰ : সৰু-সুৰা সমস্যা থাকিব। কোনো কাম আজি নতুনকৈ আৰম্ভ নকৰাই ভাল। অৱশ্যে যাৰ জীৱনত বৃহস্পতি শুভ তেওঁৰ বেছি ভয় নাই। বিদ্যাত সুনাম। জয়ৰ সূচনা।

কুম্ভ : মন চিন্তিত বা হতাশ হ’বও পাৰে। ভৱিষ্যতৰ কাৰ্যপন্থা স্থিৰিকৃত কৰাত সহযোগীৰ সহায় নাপাব পাৰে। কিন্তু অস্থিৰ নহ’ব আৰু অদম্য সাহসেৰে কৰ্মক্ষেত্ৰত আগবাঢ়ক। সন্তানৰ মধ্যম। 

মীন : বিভিন্ন মিশ্রিত খবৰত মিশ্রিত ফল। ঘৰুৱাতো একেই বেয়া বোলা নাযায়। কিন্তু খেতিয়কৰ মন যেন উন্নত নহয়। ধর্মকর্মত বিশেষ ব্যস্ত থকাৰ সময়তে সমস্যা থাকিলেও চম্ভালিব। সন্তানৰ বেয়া নহয়। দাম্পত্যত শুভ। চিন্তা।
Share on Google Plus

About Axomiya Rashifal

Published on daily, Weekly, monthly and yearly Horoscope only on Assamese Language.

0 comments:

Post a Comment