আজিৰ ৰশিফল :: শুকুৰবাৰ।। ২৩ ছেপ্টেম্বৰ, ২০১৬

শুকুৰবাৰ, ২৩ ছেপ্টেম্বৰ, ৬ (দৃক ৭) আহিন, (ৰাষ্ট্ৰীয় ১ আঃ) ২১ জেলহজজ। গুৱাহাটীত ৪ সূউঘ্য ৫/১৭, সূঅঘ্য ৫/১৫। চন্দ্ৰোদয় ৰা ১০/৫৭ মিনিটত। মিথুন ৰাশি, কৃষ্ণ অষ্টমী ৰা, ২/২১ লৈ। মৃগশিৰা ৩/২২ লৈ। ব্যতীপাত যোগ। অভক্ষ ৪ নাৰিকল, ৰা। ২/ ২১ৰ পৰা লাউ।। (বিশুদ্ধ সিদ্ধান্ত পঞ্জিকামতে)। (ব্যৱহাৰ্য উত্তম কাল ঃ পুঘ ৬/৪৭ৰ পৰা দি ৮/১৭ লৈ।) 


মেষ : স্বস্থানতে কিবা আহুকাল। পঢ়া-শুনাত বাধাৰ মাজেদি অগ্রগতি। জনপ্রিয়তা তথাপি অক্ষত। শৰীৰৰ প্ৰতি নজৰ ৰাখক। প্রতিকূল পৰিবেশক সহজতে নিয়ন্ত্ৰণ কৰাটাে কঠিন। মাতৃৰ উন্নত পৰামর্শ লাভ।

বৃষ : চকুৰ আমনি। অসুস্থসকলে সুচিকিৎসাৰ চেষ্টা কৰক। অর্থকষ্ট। শিক্ষকতা তথা এজেন্টসকলৰ দিনটাে অনুকূল। পঢ়াত বেয়া নহ’ব। সন্তানৰ কাৰণে আশাবাদী। খুচুৰা বেপাৰী, কিতাপপত্ৰৰ বিক্রেতাৰ লাভ। চুটি ভ্রমণ।

মিথুন : শৰীৰ দুর্বল। বিশেষকৈ খাদ্যাদিত নজৰ ৰখাটাে প্রয়োজন। সাংবাদিক বা প্ৰেছৰ সৈতে যিসকল যুক্তৰ অনুকূল। কিবা সম্পদ ক্রিয় কৰি আনন্দিত। অগ্নি আদিৰ পৰা সাৱধানে থাকক। ঘৰুৱাত ভালেই। মানসিক অস্থিৰতা।

কর্কট : মাতৃৰ দেহৰ প্রতি চকু ৰাখক। কথা-বতৰা, ভাষণ আদিত অকাট্যতা। বিজ্ঞতা। অনুকূল সংবাদ লাভ। অধ্যয়ন সম্পূহা। পৰিবর্তনশীলতাত যোগাত্মক দিশ। কোনো অসৎ লোকৰ ষড়যন্ত্র। ৰােজগাৰত কষ্ট হ’লেও নিৰাশ নহয়।

সিংহ : সন্দেহজনক ভাব। এই সন্দেহৰ সত্যতা নাথাকিলেও আশ্বস্ত নহ’ব। বিদ্যাত ভালেই। দাম্পত্যত অনুকূল। অভাৱনীয় চিন্তা। উদ্বেগ। কর্মত কৃতকার্যতা। ব্যৱসায়িক প্রচেষ্টাত অগ্রগতি। ধর্মতত্ত্ব সম্পর্কে আলোচনা সম্ভৱ।

কন্যা : কিবা সম্পদ ক্রয়। ব্যয়ৰ যোগ থাকিলেও আয়ৰ উৎসও বন্ধ নহয়। যুৱক সম্প্রদায়ৰ সৈতে যুক্ত যিকোনো সংগঠন চলালে উপকৃত। অংক বিদ্যাত বিচক্ষণতা। কাৰােবাৰ প্ৰতি বিৰক্ত ভাব । শত্ৰত ক্ষয় | 

তুলা : ব্যৱসায়ত মন দিব পাৰিলে লাভ। চাকৰিতো পৰিবেশ উন্নত। শিক্ষক, ঔপন্যাসিক, সাংবাদিকৰ অগ্রগতি। আইনত অনুকূলতা। ধর্মনিষ্ঠা। চিকিৎসালয়ৰ আশ্রয় ল’লেও ভয়ৰ কাৰণৰ পৰা বাহিৰত। শিল্পসন্মত মন।। ৰক্তচাপ।

বৃশ্চিক : শৰীৰ মধ্যম। ব্যস্ততাও বৃদ্ধি। যিকোনো গৱেষণাত প্ৰেৰণা। সম্ভৱস্থলত নতুন ঘৰ-বাৰী আৰম্ভ বা বাহন ক্রয় আদিৰ যোগ। পঢ়াত শুভ। বিমৰ্ষতা।। খৰচ বৃদ্ধি হ’লেও সমান আয়ৰ যোগ। অসৎ লোকৰ প্ৰৱেশ |

ধনু : আশাবাদী মন। যদি লগ্নও ধনু হয় তেন্তে মূৰত আঘাত পােবও পাৰে। আনহাতে সৎ কৰ্মৰ প্ৰতি বিৰাগৰ যোগ। পূজ্যজনৰ প্রতি শ্রদ্ধা অক্ষুন্ন। পৰিবেশৰ অদল-বদল বা সলনি সম্ভৱ।

মকৰ : সংগীৰ স্থান পৰিবর্তন বা ভ্ৰমণৰ যোগ। সামাজিক কামত অনুকুল, অথবা এই লৈ সচেতন থকাৰ কাৰক। দূৰ যাত্রা। প্রেম-প্রীতিত কিবা ভুল পদক্ষেপ। বিদ্যাত মধ্যম।

কুম্ভ : মতভেদ হ’বও পাৰে। তাকে ছিৰিয়াছভাৱে ল’লে সিয়ে অসুবিধাত পেলাব। কাৰণ ই নিতান্তই অস্থায়ী। খোৱা-বোৱাত যত্ন লওক। অধিক পৰিশ্রম নকৰাে বুলি ভাবিলেও বাধ্য হ’ব। পঢ়াত বাধা। আয় হ’ব কম।

মীন : মানসিক চাপ বৃদ্ধি। সেই হিচাপে দৈহিক ব্যস্ততা হ্রাস। নিষ্ঠাৰে বা জানি-বুজি হাতত লোৱা কামত কৃতকার্য। অর্থ ব্যয় যাতে কম হয়। চকু ৰাখিব। বিয়া-বাৰুৰ সংযোগ। ঘৰুৱাত মধ্যম।

Share on Google Plus

About Axomiya Rashifal

Published on daily, Weekly, monthly and yearly Horoscope only on Assamese Language.

0 comments:

Post a Comment